মাংসজাতীয় সামগ্ৰী, কুৰিয়াৰ আৰু ই-কমাৰ্চৰ গতিবিধিৰ অনুমোদন প্ৰদান কৰা হৈছে

new guidelines

অসমঃ অসমৰ মুখ্য সচিব কুমাৰ কুমাৰ সঞ্জয় কৃষ্ণই ১১ জুলাই ২০২০ তাৰিখে জাৰি কৰা চৰকাৰী নিৰ্দেশনাত আংশিকভাৱে কিছু পৰিৱৰ্তন কৰিছে৷

এই নতুুন পৰিৱৰ্তন অনুসৰি নিম্নোক্ত গতিবিধিসমূহত অনুমতি প্ৰদান কৰা হৈছেঃ

  • খাদ্য শস্য সম্বন্ধীয় ভাৰতীয় খাদ্য নিগমৰ গতিবিধিসমূহত অনুমতি প্ৰদান কৰা হৈছে যদিও কৰ্মচাৰীৰ সংখ্যা অতিশয় কম কৰাৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে৷
  • পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ কুৰিয়াৰ আৰু ই-কমাৰ্চ সেৱাৰ অনুমতি প্ৰদান কৰা হৈছে৷ অৱশ্যে সোমবাৰৰ পৰা শুকুৰবাৰলৈহে এই গতিবিধিক অনুমতি প্ৰদান কৰা হৈছে৷
  • সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৪ বজালৈ ঘৰে-ঘৰে হাঁহ-কুকুৰাৰ মাংস যোগানৰ বাবে অনুমতি প্ৰদান কৰা হৈছে৷

অন্যান্য নিষেধাজ্ঞা বাহাল থকা গতিবিধিসমূহত পূৰ্বৰ দৰে নিষেধাজ্ঞা বাহাল থকিব বুলি জনোৱা হৈছে৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
Army Chief

Chief of Army Staff Visits Forward Areas In Jammu-Pathankot Region

Meat Products, Couriers and E-Commerce Activities Allowed; New Orders Issued