in

জ’ক’ভিচৰ দেহত ক’ৰোনা ভাইৰাছ

novik

স্পৰ্টছ ডেস্কঃ বিশ্বৰ শীর্ষ স্থানৰ ছার্বিয়ান তাৰকা ন’ভাক জ’ক’ভিচৰ শৰীৰত ধৰা পৰিছে ক’ৰোনা ভাইৰাছৰ উপস্থিতি৷ বালকানত হ’ব লগীয়া এড্রিয়া ট্যুৰ’ত ভাগ লোৱাৰ প্রস্তুতিৰ সময়তে জ’ক’ভিচৰ শৰীৰত ধৰা পৰে কভিড-১৯৷ অৱশ্যে তেওঁৰ শৰীৰত কোনো লক্ষণ দেখা পোৱা নাছিল৷

জ’ক’ভিচৰ লগতে তেওঁৰ পত্নী জেলেনাৰ শৰীৰতো এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল যদিও তেওঁলোকৰ সন্তান এই ক্ষেত্রত নিৰাপদ৷ জ’ক’ভিচকে ধৰি এইপর্যন্ত বিশ্বৰ আগশাৰীৰ চাৰিগৰাকী টেনিছ খেলুৱৈৰ শৰীৰত কভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে৷ তেওঁলোক হ’ল গ্রিগৰ ডিমিট্রভ, বর্না কৰিচ আৰু ভিক্টৰ ট্রইকি৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
press club

৭ দিনলৈ বন্ধ থাকিব গুৱাহাটী প্রেছ ক্লাব

Statement issued by the Ministry of Ayush on claims of Patanjali Ayurved regarding treatment of COVID-19