in

ৰামৰ জন্মস্থান অযোধ্যা প্ৰকৃততে নেপালৰহে এখন গাঁওঃ প্ৰধানমন্ত্ৰী অলি

oli oli

নিউজ ডেস্কঃ এইবাৰ ভগৱান ৰামৰ জন্মস্থান নেপালত বুলি কৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে নেপাল প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি৷

নেপালৰ প্ৰধান মন্ত্ৰী অ’লিয়ে সোমবাৰে প্ৰকৃত অযোধ্যা ভাৰতত নহয় নেপালতহে অৱস্থিত বুলি মন্তব্য কৰে।

তেওঁ কয় যে দৰাচলতে উত্তৰ প্ৰদেশত নহয়, দক্ষিণ নেপালৰ থোৰিৰ বাল্মিকী আশ্ৰমৰ ওচৰতহে ভগৱান ৰামৰ জন্মস্থান অযোধ্য অৱস্থিত৷

নেপালী কবি ভানুভক্তৰ জন্মজয়ন্তী উপলক্ষে এক অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্তীৰ অ’লিয়ে এইদৰে মন্তব্য কৰে৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Tunnel Road Under Brahmaputra River; Centre Gives Nod

CBSE

কাইলৈ ঘোষণা কৰা হ’ব চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল