in

আদিত্য থাকৰেক বেবী পেংগুইন আখ্যা

aditya

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সন্তান আদিত্য থাকৰেক ‘বেবী পেংগুইন’ অৰ্থাৎ ‘কেঁচুৱা পেংগুইন’ আখ্যা দি বিপদত পৰিছে সমীৎ থাক্কৰ নামৰ এজন ব্যক্তিয়ে৷

ব্যক্তিজনে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক ‘আধুনিক যুগৰ ঔৰংজেৱ’ বুলি অভিহিত কৰাৰ লগতে তেওঁৰ পুত্ৰ আদিত্য থাকৰেৰ ‘বেবী পেংগুইন’ বুলি আখ্যা দিছে৷

এই সন্দৰ্ভত যুৱ সেনাৰ আইনী মুৰব্বী ধৰ্মেন্দ্ৰ মিশ্ৰাই এইদৰে কয়, ‘‘এয়া প্ৰথমবাৰ নহয় যে সমীৎ থাক্কৰে কোনো ৰাজনৈতিক ব্যক্তি সন্দৰ্ভত এনে মন্তব্য কৰিছে৷ সেয়ে মই তেওঁৰ বিৰুদ্ধে ভি পি ৰোডৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছো৷’’

উল্লেখ্য, সমীৎ থাক্কৰৰ টুইটাৰ একাউণ্টৰ অনুসৰণকাৰীৰ তালিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো নাম আছে বুলি মিশ্ৰাই জানিবলৈ দিছে৷

 

চিত্ৰৰ উৎসঃ টুইটাৰ

 

 

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
Corosure

‘Cheapest’ COVID-19 Test Kit In The World Developed By IIT-Delhi Launched

Meghalaya To Close All Entry Points; Ban On Wedding Receptions