in

চৰকাৰী আৱাসগৃহ খালী কৰিবলৈ প্ৰিয়ংকা গান্ধীলৈ জাননী

priyanka gandhi

নেচনেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী।অতি সোনকালে দিল্লীৰ লোধি ইষ্টেটস্থিত চৰকাৰী আৱাসগৃহ খালী কৰিব লাগিব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে।

ইতিমধ্যে কেন্দ্ৰীয় গৃহনিৰ্মাণ আৰু চহৰ উন্নয়ন মন্ত্ৰালয়ে প্ৰিয়ংকা গান্ধীলৈ এই সন্দৰ্ভত ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে।জাননীত উল্লেখ কৰা অনুসৰি অহা ১ আগষ্টৰ ভিতৰত প্ৰিয়ংকা গান্ধীয়ে চৰকাৰী বাসভৱন খালী কৰিব লাগিব।

অন্যথা তাত থকাৰ বাবদ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ভাড়া দিব লাগিব।আনহাতে, জাননীখনত উল্লেখ কৰা মতে প্ৰিয়ংকা গান্ধীয়ে লাভ কৰা এছ পি জি সুৰক্ষা ব্যৱস্থাও প্ৰত্যাহাৰ কৰা হৈছে।

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Nominations For Padma Awards-2021 Open Till 15th September, 2020

Government Of India Removes Impediments In COVID-19 Testing