in

প্ৰথমে ৫৯, তাৰ পিছত ৪৭

নিউজ ডেস্কঃ ৰঙা চীনৰ লগত ভাৰতৰ সীমাকেন্দ্ৰিক অৰিয়াঅঁৰি কেৱল সীমাতেই আৱদ্ধ হৈ নাথাকি চীনৰ সামগ্ৰী ব্যৱহাৰৰ বিৰোধিতাৰ দিশলৈও আগবাঢ়িছিল৷ ভাৰত চৰকাৰে প্ৰথমে চীনৰ ৫৯টা ম’বাইল এপ যি ভাৰতত সাংঘাটিত জনপ্ৰিয় আছিল, সেই এপৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছিল৷ জনসাধাৰণেও ভাৰত চৰকাৰৰ প্ৰতি সঁহাৰি জনাই উক্ত পদক্ষেপৰ প্ৰশংসা কৰিছিল৷

শেহতীয়াকৈ ভাৰত চৰকাৰে সেই ৫৯টা এপৰ পুনৰ ৪৭টা ক্ল’ন এপৰ ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰিছে৷ এই এপসমূহে নিয়ম আৰু তথ্যৰ উলংঘা কৰিছে বুলি চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে৷

বহুতে এয়া চীনৰ ওপৰত ভাৰতৰ ডিজিটেল ষ্ট্ৰাইক বুলি মন্তব্য কৰিছে৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Tokyo Olympic Games Venues Open Up For Public Use

Kamrup Administration Orders To Withdraw Containment Zone From 3 Areas