in

এই পৰ্যন্তও গ্ৰেপ্তাৰ হোৱা নাই গৰ্গ চেটাৰ্জী

garga

গুৱাহাটীঃ চাওলুং চুকাফাক লৈ অপমানজনক মন্তব্য প্ৰদান কৰা পশ্চিমবংগৰ বুদ্ধিজীৱি গৰ্গ চেটাৰ্জীক ন্যায়ালয়ে গ্ৰেপ্তাৰ কৰাৰ বাবে তিনি জুলাইলৈ সময় প্ৰদান কৰিছিল যদিও এই পৰ্যন্ত চেটাৰ্জীক গ্ৰেপ্তাৰ কৰা হোৱা নাই৷
ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতো গৰ্গ চেটাৰ্জীক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি গুৱাহাটীৰ আয়ুক্তৰ তৰফৰ পৰাও কোনো সদুত্তৰ পোৱা নগ’ল৷
জানিব পৰা মতে কলকাতাৰ ‘বাংলা পক্ষ’ নামৰ সংগঠন এটাৰ তীব্ৰ বিৰোধিতাৰ বাবে অসমৰ পৰা আৰক্ষী কলকাতাত উপস্থিত হৈও গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Plasma Bank launched at GMCH

Assam SI arrest

Professor Arrested For Posting Lewd Videos in Assam