in

৬দিনৰ বাবে বন্ধ থাকিব গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়

গুৱাহাটীঃ গুৱাহাটী মহানগৰীত দিনে-দিনে বৃদ্ধি পোৱা ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা দলৰ ৰাজ্যিক কাৰ্যালয় আজিৰে পৰা আগন্তুক ৬ দিনৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই সন্দৰ্ভত প্ৰকাশ পোৱা জাননীখনত স্বাক্ষৰ কৰিছে বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহাইয়ে৷
উল্লেখ্য, মহানগৰীৰ ১১টাকৈ ৱাৰ্ডত সম্পূৰ্ণ লকডাউনৰ কথা ঘোষণা কৰা হৈছে৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
dog china

চীনত আৰম্ভ হৈছে বিতৰ্কিত কুকুৰৰ মাংসৰ উৎসৱ

New cases with a number of 15,968 as single day spike