in

ক’ৰোনাত আক্ৰান্ত হ’ল বিগ বি আৰু জুনিয়ৰ বি

amitabh

নিউজ ডেস্কঃ অৱশেষত বলিউডৰ বিগ বি অৰ্থাৎ অমিতাভ বচ্চনো ক’ৰোনাত আক্ৰান্ত হ’ল৷ কালি এক টুইটযোগে তেওঁ নিজে ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে আৰু তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলকো ক’ভিড-১৯ৰ পৰীক্ষণ কৰাবলৈ অনুৰোধ জনাইছে৷

বিগ বিৰ লগতে জুনিয়ৰ বি অৰ্থাৎ অভিষেক বচ্চনো ক’ৰোনাত আক্ৰান্ত হৈছে৷ দুয়োকে মুম্বাইৰ নানৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷

বৰ্তমানে দুয়ো সুস্থিৰে আছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Amitabh Bachchan Tests COVID-19+

NDRF Deployed In Barpeta For Rescue Operation After Flood Devastation