in

অখিল গগৈৰ মুক্তিৰ দাবীত মৰিয়নীত প্ৰতিবাদ

নিউজ ডেস্কঃ অখিল গগৈৰ মুক্তিৰ দাবীত মৰিয়নীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। কৃষক মুক্তিৰ নেতা গৰাকীৰ মুক্তিৰ দাবীত মৰিয়নী নগৰৰ থানা তিনি আলিত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰূপায়ন কৰে এক মানৱ শৃংখল কাৰ্যসূচী।

অখিল গগৈসহ কৰা বন্দী হৈ থকা কৃষক মুক্তিৰ সমূহ সতীৰ্থক মুক্তিৰ দাবী জনায় যুৱ ছাত্ৰ পৰিষদে। যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখলৰ এই কাৰ্যসূচীত মৰিয়নীৰ কৃষক মুক্তিৰ সদস্যই সহযোগিতা আগবঢ়ায়।

যুৱ ছাত্ৰৰ কেন্দ্ৰীয় বিষয়ববীয়া বাবু দত্ত আৰু যোৰহাট জিলাৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া তথা মৰিয়নি আঞ্চলিকৰ সভাপতি সম্পাদক প্ৰিয়াংশু বৰুৱা আৰু ৰঞ্জিত গগৈ আগভাগ লয় প্ৰতিবাদত।

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Adequate Domestic LPGs Available, IOCL Clarifies

Kaziranga Flood; 116 Animals Dead, 143 Rescued So Far