in ,

৩০-৩১ জুলাইত সম্ভৱ হ’ব আন্তঃজিলা ভ্ৰমণ

bus

গুৱাহাটীঃ গুৱাহাটীত শেহতীয়াকৈ ঘোষণা কৰা আনলক ১ত কেতবোৰ  বিশেষ সালসলনি কৰা হৈছে৷ মুখ্য সচিবে ঘোষণা কৰা অনুসৰি  অহা ৩০ আৰু ৩১ জুলাইত ৰাজ্যবাসীয়ে কৰিব পাৰিব আন্তঃজিলা ভ্ৰমণ অৱশ্যে কন্টেইমেন্ট জ’নৰ বাদে আন স্থানবোৰৰ বাবেহে এই নিৰ্দেশ প্ৰদান কৰা হৈছে। ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাকীবোৰ দিনত আন্তঃজিলা ভ্ৰমণত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Massive Explosion At Baghjan Leads To 3 Injuries

Inter-District Movement Allowed In Assam On July 30 And July 31