in ,

স্নাতক দ্বিতীয়–চতুর্থ ষাণ্মাসিকৰ পৰীক্ষা বাতিল কৰিলে কটন বিশ্ববিদ্যালয়ে

cotton

গুৱাহাটীঃ ক’ভিড-১৯ মহামাৰীৰ ফলত সমগ্ৰ শৈক্ষিক পৰিবেশ প্ৰভাৱান্বিত হোৱাৰ পৰিপ্ৰেক্ষিতত কটন বিশ্ববিদ্যালয়তো স্নাতক দ্বিতীয় আৰু চতুর্থ ষাণ্মাসিকৰ পৰীক্ষাসমূহ বাতিল কৰা হৈছে৷ একেসময়তে বিশ্ববিদ্যালয়খনৰ বি চি এ আৰু এম চি এ পাঠ্যক্রমৰ ২য় আৰু ৪ৰ্থ ষাণ্মাসিক আৰু স্নাতকোত্তৰ পাঠ্যক্রমৰ দ্বিতীয় ষাণ্মাসিকৰো পৰীক্ষা অনুষ্ঠিত নহয় বুলি জানিবলৈ দিছে৷ কটন বিশ্ববিদ্যালয়ৰ কার্যকৰী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

ইয়াৰ পৰিৱৰ্তে পূর্বৰ ষাণ্মাসিকত দেখুওৱা পাৰদর্শিতাৰ ভিত্তিত বিশেষ ব্যৱস্থাৰ জৰিয়তে ছাত্র–ছাত্রীসকলক পৰৱর্তী ষাণ্মাসিকলৈ উন্নীত কৰা হ’ব৷ অহা ৩ আগষ্টৰ পৰা কটনৰ নতুন ষাণ্মাসিকৰ অনলাইন পাঠদান আৰম্ভ হ’ব৷

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
Reshuffle

Assam Police Issue Transfer Orders

Guidelines Issued on Academic Calendar For The Session, Revised