in

ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে অসমৰ বান পৰিস্থিতিয়ে

Assam Flood

নিউজ ডেস্কঃ অসমৰ বান পৰিস্থিতি ক্ৰমাৎ জটিল হ’বলৈ ধৰিছে৷ নৈৰ বাঢ়নী পানীয়ে ন ন অঞ্চল প্লাৱিত কৰিছে৷ এই পৰ্যন্ত বানৰ কবলত ২৮খন জিলাৰ ৯২টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩,৩৭১খন গাঁও বানত আক্ৰান্ত হৈছে৷ চৰকাৰী তথ্য অনুসৰি বানত ৯ জন লোকৰ মৃত্যু হৈছে৷

ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহ বিপদসীমাৰ ওপৰেৰে বৈ থকা হেতুকে বিশ্বনাথ, কামৰূপ, নগাঁও, কোকৰাঝাৰ, শিৱসাগৰ, ওদালগুৰি আদি জিলাত কেইবা ঠাইতো মথাউৰি আৰু বান্ধ ছিগি অঞ্চলসমূহৰ ব্যাপক ক্ষতি কৰিছে৷

দুযোর্গ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি বিভিন্ন জিলাত ৫১৭টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে আৰু প্রায় ৪৫ হাজাৰ লোক উক্ত শিবিৰসমূহত আশ্রয় লৈছে৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
Drone

Post-COVID Coach Created By Indian Railway For Passenger Safety

plasma

১৮ হাজাৰৰ সীমা অতিক্রম কৰিলে ক’ৰোনাত আক্রান্ত লোকৰ সংখ্যাই