in

ইচিএলজিএছৰ অধীনত ৭৯,০০০ কোটি টকা আৱণ্টিত কৰা হৈছেঃ বিত্ত মন্ত্ৰী

নেচনেল ডেস্কঃ ২০ জুন ২০২০ তাৰিখ পৰ্যন্ত ইমাৰ্জেন্সী ক্ৰেডিট লাইন গেৰাণ্টী স্কীম (ইচিএলজিএছ)ৰ অধীনত মুঠ ৭৯,০০০ কোটি টকা আৱণ্টিত কৰা হৈছে৷ এই তথ্য প্ৰকাশ কৰিছে বিত্ত মন্ত্ৰালয়ে৷ আৱণ্টিত হোৱা ৭৯,০০০ কোটি টকাৰ ৪৪% অৰ্থাৎ ৩৫,০০০ কোটি টকা ইতিমধ্যেই যোগান ধৰা হৈছে৷ ইয়াৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ জৰিয়তে ১৯,০০০ত কৈও অধিক এমএছএমই উপকৃত হ’ব৷

এমএছএমইলৈ ৩ লাখ কোটি টকাৰ সাহায্যঃ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকসমূহৰ জৰিয়তে ১৯,০০০ত কৈও অধিক এমএছএমই উপকৃত হ’ব

ইমাৰ্জেন্সী ক্ৰেডিট লাইন গেৰাণ্টী স্কীম (ইচিএলজিএছ)ৰ অধীনত মুঠ ৭৯,০০০ কোটি টকা আৱণ্টিত কৰা হৈছেঃ বিত্ত মন্ত্ৰী

এমএছএমইলৈ ৩ লাখ কোটি টকাৰ সাহায্যঃ আৱণ্টিত হোৱা ৭৯,০০০ কোটি টকাৰ ৪৪% অৰ্থাৎ ৩৫,০০০ কোটি টকা ইতিমধ্যেই যোগান ধৰা হৈছে

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
who

ভাৰতত প্ৰতি লাখ জনসংখ্যাত ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল এজন, সমগ্ৰ বিশ্বত এই সংখ্যা হ’ল গড়ে ৬জন

New Quarantine Policy For Armed Forces; 14-Day Quarantine Exempted From Army, Navy And Air Force