in

২৪ নৱেম্বৰ তাৰিখলৈ নিষেধাজ্ঞা বাহাল থাকিব ঘৰুৱা বিমান যাত্ৰাত

airplane

নিউজ ডেস্কঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে শুকুৰবাৰে এক নিৰ্দেশনাৰ জৰিয়তে অহা ২৪ নৱেম্বৰ তাৰিখলৈ ঘৰুৱা বিমানসমূহৰ সীমিতসংখ্যক যাত্ৰাৰ নিষেধাজ্ঞা বাহাল থাকিব বুলি জানিবলৈ দিছে৷

বৰ্তমানে কেন্দ্ৰই ৪৫% পৰ্যন্ত বিমানসমূহৰ সামৰ্থ অনুসৰি পৰিবহণৰ বাবে অনুমতি প্ৰদান কৰিছে৷ এই সন্দৰ্ভত মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই এইদৰে কয়, ‘‘আমি অতি শীঘ্ৰেই আমাৰ সামৰ্থ ৪৫%লৈ বৃদ্ধি কৰিম৷ বৰ্তমানে আমি প্ৰায় ২৮% সামৰ্থৰ সৈতে কাম কৰি আছো৷’’

অসামৰিক বিমান পৰিবহণৰ নিয়ামক ডিজিচিএয়ে মে’ মাহত বিমানসমূহৰ বাবে ভাড়াৰ ঊৰ্ধ আৰু নিম্ন সীমা ধাৰ্য কৰিছিল৷ বিমান সংস্থাসমূহে মন্ত্ৰালয়ে ধাৰ্য কৰা ভাড়াসমূহ মানি চলা উচিত৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

What do you think?

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0

Home Quarantine Period Reduced, BPL Families To Get Benefits of Rs. 2000

MP CM

Shivraj Singh Chouhan Tests COVID-19 Positive