in

দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱাল অসুস্থ; কৰা হ’ব ক’ৰোনা টেষ্ট

arvind

নতুন দিল্লী ০৮.০৬.২০২০- দিল্লীৰ মুখ্য মন্ত্ৰী অৰৱিন্দ কেজৰিৱাল শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছে। তেওঁ কালিৰে পৰা সামান্য জ্বৰ আৰু ডিঙিৰ বিষত ভূগিছে। এতিয়া তেওঁৰ ক’ৰোনা পৰীক্ষণ কৰা হ’ব বুলি জানিব পৰা গৈছে।
বাতৰি অনুসৰি, মুখ্য মন্ত্ৰীগৰাকীয়ে কালি দুপৰীয়াৰে পৰা সকলো বৈঠক বাতিল কৰিছে আৰু কাকোৱে সাক্ষাৎ কৰা নাই। তেওঁ বৰ্তমান নিজকে আইছ’লেট কৰি ৰাখিছে।

উল্লেখ্য যে কালিয়েই দিল্লীৰ কেজৰিৱাল চৰকাৰে হাস্পাতলসমূহ ভাগ কৰি দিছিল। দিল্লী চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে দিল্লীৰ চৰকাৰীয়েই হওক বা ব্যক্তিগত চিকিৎসালয়েই হওক তাত কেৱল দিল্লীৰ লোকৰহে চিকিৎসা কৰা হ’ব।

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
earthquake

Mild Earthquake of magnitude 2.1 hits Delhi-NCR

Shashi

Delhi HC seeks police response on Shashi Tharoor’s Plea to Preserve Sunanda Pushkar’s Twitter Account & Tweets