in

কাইলৈ ঘোষণা কৰা হ’ব চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

CBSE

নিউজ ডেস্কঃ কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ কাইলৈ অৰ্থাৎ ১৫ জুলাই ২০২০ তাৰিখে চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি নিশ্চিতি প্ৰদান কৰিছে৷

সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জনাই মন্ত্ৰীগৰাকীয়ে এইদৰে টুইটাৰত প্ৰকাশ কৰে৷

 

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

 

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
oli oli

ৰামৰ জন্মস্থান অযোধ্যা প্ৰকৃততে নেপালৰহে এখন গাঁওঃ প্ৰধানমন্ত্ৰী অলি

Assam Pride Adil Hussain Honoured With Outstanding Achievement Award