in

হেলিকপ্টাৰ কেলেংকাৰিত অভিযুক্ত চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ তৰিব চিবিআইয়ে

CBI

নতুন দিল্লী ১০.০৬.২০২০
৩৬০০ কোটি টকীয়া ভিভিআইপি হেলিকপ্টাৰ কেলেংকাৰিত অভিযুক্ত মুঠ পাঁচজন চৰকাৰী বিষয়াৰ বিৰুদ্ধে গোচৰ তৰাৰ দিশত অগ্ৰসৰ হৈছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইয়ে৷ প্ৰকাশিত বাতৰিমতে, চিবিআইয়ে ভাৰতীয় বায়ুসেনাৰ এই বিষয়াসকলৰ বিৰুদ্ধে গোচৰ তৰিবলৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা অনুমতি বিচাৰিছে৷ উল্লেখ্য, উক্ত পাঁচজন বিষয়া ইউপিএ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত সংঘটিত হোৱা হেলিকপ্টাৰ চুক্তিত প্ৰমুখ ভূমিকা গ্ৰহণ কৰিছিল৷ পাঁচো গৰাকী বিষয়াৰ বিৰুদ্ধে প্ৰাসংগিক প্ৰমাণসমূহ সংগ্ৰহ কৰা হৈছে আৰু গোচৰ তৰিবলৈ অনুমতিৰ বাবে অপেক্ষা কৰি থকা হৈছে৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Tags

What do you think?

Written by admin

A multimedia journalist based out of Guwahati, covering public policy, healthcare, and social issues.

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *

Loading…

0
baghjan

Two missing fire fighters found dead in Baghjan incident

purlor

Unlock Phase-1: Guwahati beauty parlors, saloons cope up with Guidelines